Breaking News
আজিৰ অসম

“বীৰে দি ৱেডিংৰ” পিছত এইবাৰ কৰিণা কাপুৰক দেখা যাব মাতৃৰ ৰূপত

বীৰে দি ৱেডিংৰ পিছত পুনৰ দেখা পোৱা যাব কৰিনা কাপুৰক মাকৰ ৰূপত
ধৰ্মা প্ৰদাক্টচনৰ ছবিত কাম কৰিব কৰিনাই
ছবি খনৰ মুল কাহিণী ভাগ হব বিয়া আৰু পতী-পত্নীৰ সম্পৰ্কৰ ওপৰত
ছবি খনৰ শ্বুটিংৰ কাম নবেম্বৰৰ পৰা আৰম্ভ হব বুলি জানিব পৰা গৈছে
Click Here To Play