Breaking News
আজিৰ অসম

ভয়ানক পথ দূৰ্ঘটনাত

কোৰাঝাৰ জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত কোকৰাঝাৰ পৰা আহি থকা টাটা মেজিকে গেছ ট্ৰেংকাৰ এখনক খুন্দিয়াৰ ফলত দুজন যাত্ৰী থিতাতে নিহত হয়,আন আহত লোক সকলক আৰ এন ব্ৰহ্মা হাস্পতালত ভৰ্ত্তি কৰোৱা হয়।

Click Here To Play