Breaking News
আজিৰ অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপন হব ব্ৰহ্মপুত্ৰ অধ্যয়নৰ কেন্দ্ৰ

যোৱা মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° মৃদুল হাজৰিকাই জনায় যে তেওঁ ব্ৰহ্মপুত্ৰ অধ্যয়নৰ বাবে এক সুকীয়া অধ্যয়ন কেন্দ্ৰৰ বাবে বিশ্ববিদ্যালয়ৰ চৌহদত মাটী প্ৰদান কৰিব।সেয়ে তেখেতে দিল্লীৰ দান মন্ত্ৰী ড° জিতেন্দ্ৰ সিংক এই বিষয়ে জনোৱাৰ পিছত মন্ত্ৰী গৰাকীয়ে ২৮কোটি টকাৰ ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন কৰে।

Click Here To Play