চোৰাং হাতী জব্দ ডুমডুমাত

চোৰাং হাতী জব্দ ডুমডুমাত

ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীৰ দল এটাই ভুৱা নথি-পত্ৰ সমূহৰ লগতে দুটা চোৰাং হাতী জব্দ কৰে।ৰাজ্যজুৰি পৰিচিত মহম্মদ মমতাজ চিদ্দিকি নামৰ চোৰাং হাতী ব্যৱসায় জনে ভুৱা নথি-পত্ৰ সাজি লোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com