বিশেষজ্ঞ দলে পৰিৰ্দশন কৰে মেৰামতিৰ কাম

বিশেষজ্ঞ দলে পৰিৰ্দশন কৰে মেৰামতিৰ কাম

জলসম্পদ বিভাগৰ বিশেষ দল এটাই যোৱা শনিবাৰে নৱা নদীৰ পাৰ পৰিৰ্দশন কৰে।কলাইগাঁৱৰ অন্তৰ্গত ৰূপতালৰ ন'ৱা নদীৰ বেয়া হোৱা নদীৰ পাৰৰ খিনি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই অতি সোনকালে মেৰামতি কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com