ৰক্তিম ভূঞাৰ সফলতা

ৰক্তিম ভূঞাৰ সফলতা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম ১০টা স্থানৰ ভিতৰত প্ৰথম শাখাত স্থান পোৱা ৰক্তিম ভূঞাই কেৱল শোণিতপুৰ নহয় সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । প্ৰতিটো বিষয়ত লেটাৰসহ মুঠ ৫৯৩ নম্বৰ পাবলৈ সক্ষম হয় ৰক্তিম।ৰক্তিম তেজপুৰৰ বাসিন্দা ভৰত চন্দ্ৰ ভূঞা আৰু বিউতি ভূঞাৰ পুত্ৰ।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com