Breaking News
আজিৰ অসম

আলিয়া ভট্টৰ ‘ৰাজী’য়ে ১০০কোটি পাৰ কৰিলে বক্স অফিচত

আলিয়া ভট্ট আৰু বিকী কুশালৰ ‘ৰাজী’য়ে ৩ সপ্তাহৰ ভিতৰত বক্স অফিচত ১০০কোটি কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে মুল চৰিত্ৰত মহিলা থকা ছবি ৰাজী হৈছে ২য় খন ছবি যিয়ে ১০০কোটি পাৰ কৰিবলৈ সক্ষম হৈছে।
এই খন আলিয়াৰ তৃতীয় খন ছবি যিখনে ১০০কোটি পাৰ কৰিব সক্ষম হৈছে
Click Here To Play