Breaking News
আজিৰ অসম

ভূমি পট্টা প্ৰদান কৰে প্ৰমিলা ৰাণী ব্ৰহ্মাই

যোৱা শনিবাৰে কোকৰাঝাৰ জিলাৰ বিজ্ঞান ক’লেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভূমি পট্টা অনুষ্ঠানত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মা আৰু বিটিএডিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্মা উপস্থিত থাকি বন অঞ্চলত বসবাস কৰা বনবাসী সকলক ভূমি পট্টা প্ৰদান কৰে।

Click Here To Play