Breaking News
আজিৰ অসম

চাহ বৰ্ডে বিশেষ উন্নতিৰ দিশে গতি কৰিছে

চাহ বৰ্ডে কিছু নতুননত্ব পন্থা হাতত লৈছে।নৰ্থ-ইষ্টৰ কিছুমান ৰাজ্যত থকা সৰু সৰু চাহৰ উন্নতিৰ বাবে বিশেষ পেকেজিংৰ ব্যৱস্থা কৰিছে ।মেঘালয়,মনিপুৰ,নগালেণ্ড,ত্ৰিপুৰা,চিকিম আৰু উত্তৰ কাছাৰ পাহাৰীয়া আৰু কাৰ্বি আংলংত এই ঠাই সমূহত নতুন পেকেজিংৰ ব্যৱস্থা কৰা হব।

Click Here To Play