Breaking News
আজিৰ অসম

ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পতাল স্থাপনৰ দাবী

অলপ দিন পূৰ্বে ৰাজ্যিক স্বাস্থ্য বিভাগে ১৯ খন কেঞ্চাৰ হাস্পতালৰ লগতে ডিব্ৰুগড়তো স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল।জানিব পৰা মতে গুৱাহাটীত কেঞ্চাৰ হাস্পতাল স্থাপন কৰিব খোজাত গনেশ গোঁহায় ফুকন নামৰ উকীল এজনে উকীল এজনে মুখ্যমন্ত্ৰী সোণোৱাললৈ আৱেদন জনায়।

Click Here To Play