Breaking News
আজিৰ অসম

তেলেগু ছবি ‘মহানতী’ ষষ্ঠ খন ছবি যিয়ে ইউ এছ এ ত ২.৫ মিলিয়ন পাৰ কৰিবলৈ সক্ষম হয়।

নিৰ্দেশক নাগ আশ্বিনৰ মহানতী খন এক বায়গ্ৰাফিকেল ছবি
ছবি খনত অভিনয় কৰিছে কৃতী সুৰেশ আৰু ডালকিউৰ চলমান
ছবি খন তেলেগু ছবিৰ অভিনেত্ৰী সাবিত্ৰীৰ ওপৰত আধাৰিত কৰি নিৰ্মাণ কৰা হৈছে।
Click Here To Play