Breaking News
আজিৰ অসম

নাগৰিকত্ব সংশোধনী বিলক লৈ ডুমডুমাত প্ৰতিবাদ

যোৱা সোমবাৰে ডুমডুমাত সদৌ অসম ছাত্ৰ সন্থা আৰু ডুমডুমা আঞ্চলিক ছাত্ৰ ইউনিয়নে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে শ্লোগান , বেনাৰ লৈ ডুমডুমাৰ ৰূপাইচাইডিংৰ সমগ্ৰ ঠাইখিনিত এক বৃহৎ দল বান্ধি লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে।

Click Here To Play