Breaking News
আজিৰ অসম

নাগৰিকত্ব সংশোধনী বিলৰ সভা

যোৱাকালি গুৱাহাটীৰ শ্বহীদ নিৱাস ভৱনত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম উকীল সংগঠনে লগ হৈ নাগৰিকত্ব সংশোধনী বিলৰ ওপৰত এখন সভা অনুষ্ঠিত কৰে ।সভাত তেওঁলোকে কয় যে যদি এই বিল খন বিধানসভাত পাচ হৈ তেন্তে অসমীয়া জাতিৰ ভাষা,সাহিত্য,সংস্কৃতিৰ লগতে নিজ পৰিচয়ৰ কোনো অস্তিত্ব নাথাকিব।

Click Here To Play