Breaking News
আজিৰ অসম

ভয়ভীত নহবলৈ ক’লে: সোণোৱালে

যোৱা সোমবাৰে মুখ্যমন্ত্ৰী সোণোৱালে পুনৰ বাৰ ৰাইজৰ ওচৰত আপীল কৰি কয় যে নাগৰিকত্ব সংশোধনী বিল খনক লৈ কোনো ধৰনৰ চিন্তা কৰিব নালাগে। তিনি কোটি মানুহে ভোট প্ৰদান কৰি তেওঁলোকক চৰকাৰ গঠন কৰি দিছে,সেই সকল লোকৰ বিৰুদ্ধে কেতিয়াও কোনো ধৰনৰ অহিত চিন্তা নকৰে,নহ’লে পিছৰ বাৰ চৰকাৰ গঠনৰ বাবে সেই সকল লোকৰ আগত কিদৰে মুখ উলিয়াব বুলি সোণোৱালে মত প্ৰকাশ কৰে।

Click Here To Play