Breaking News
আজিৰ অসম

লখিমপুৰত তিনি ভুৱা সাংবাদিকক গ্ৰেপ্তাৰ

যোৱা সোমবাৰে তিনিগৰাকী দুষ্ট তথা সাংবাদিক বুলি পৰিচয় দি এজন ডাক্টৰৰ পৰা ১,৫০,০০০ টকা দাবী কৰাৰ অপৰাধত তিনি গৰাকী লোকক লখিমপুৰৰ লালুক আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰে।

Click Here To Play