Breaking News
আজিৰ অসম

ৰক্তিম ভূঞাক সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰীয়ে

২০১৮ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বশ্ৰেষ্ঠ নম্বৰ পাবলৈ সক্ষম হোৱা তথা সমগ্ৰ অসমত প্ৰথম ১০টা স্থানৰ প্ৰথম বিভাগত উৰ্ত্তীন হোৱা তেজপুৰৰ শোণিতপুৰ জিলাৰ ৰক্তিম ভূঞাক যোৱাকালি জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জ্ঞাপন কৰে।

Click Here To Play