Breaking News
আজিৰ অসম

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ চাইকেল ৰেলী

যোৱা মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে পেট্ৰল-ডিজেলৰ মুল্যবৃদ্ধিৰ বাবে চাইকেল ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে।এই ৰেলী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈও অংশগ্ৰহন কৰে।

Click Here To Play