Breaking News
আজিৰ অসম

এল পি স্কুলত নাই কোনো শিক্ষক

বাক্সা জিলাৰ তামোলপুৰ শিক্ষাখণ্ডত যোৱা এমাহ মান ধৰি কোনো শিক্ষক নাই।১নং পূৱ ভোলাঝাৰ এল পি স্কুলত ২৩জন ছাত্ৰ-ছাত্ৰীৰ মাজত বহি হাহাকাৰৰ সৃষ্টি হোৱাত প্ৰায় এমাহ মান ধতি স্কুল খন বন্ধ হৈ আছে।ইয়াৰ লগতে কৰ্তৃপক্ষ আৰু সাধাৰন ৰাইজে অভিযোগ কৰা মতে স্কুল খনত শিক্ষক নিযুক্তি দিয়া হয় যদিও শিক্ষকে স্কুল খনত শিক্ষকতা কৰিবলৈ নাহে যাৰ ফলৰ এমাহ মানৰ পৰা স্কুল খন বন্ধ হৈ আছে।

Click Here To Play