Breaking News
আজিৰ অসম

চিবিএচইৰ ফলাফল

যোৱা মঙল বাৰে ঘোষণা কৰে চিবিএচিৰ ফলাফল।উত্তৰ-পূৱৰ আঠখন ৰাজ্যৰ লগতে ছিকিমো ৬২.২৯শতাংশই সুখ্যাতিৰে উৰ্ত্তীন হয় এইবাৰৰ পৰীক্ষাত।আঠ খন ৰাজ্যৰ লগতে গুৱাহাটীত মুঠ ৬৩,০৯৮ ছাত্ৰ-ছাত্ৰী লগত ৯১৫খন বিদ্যালয়ৰ ৩২৮টা চেণ্টাৰত পৰীক্ষা অনুষ্ঠিত হয়।

Click Here To Play