Breaking News
আজিৰ অসম

নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে প্ৰতিবাদ

যোৱাকালি চান্দমাৰীস্থিত অসম ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ খেল-পথাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা,২৮টা জনগোষ্ঠীয় সংগঠন,অসম সাহিত্য সভাৰ মুৰব্বী,আঠ জনগোষ্ঠীয় সাহিত্য সভা,সাহিত্যিক,সাংবাদিক,সাধাৰণ ৰাইজ আদি লগ লাগি গণঅনশনৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Click Here To Play