Breaking News
আজিৰ অসম

প্ৰকাশ পাব এন আৰ চিৰ দ্বিতীয় খন খচৰা

৩০জুনত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত আৰু দ্বিতীয় খন খচৰা।প্ৰথম খন খচৰা প্ৰকাশ পাইছিল ২০১৭ৰ ৩১ডিচেম্বৰৰ মাজ ৰাতি।প্ৰায় ১.৯০কোটিৰ পৰা ৩.২৯কোটি লোকৰ নাম প্ৰকাশ হৈছিল।

Click Here To Play