Breaking News
আজিৰ অসম

বিশাল গণ প্ৰতিবাদী সমদল

ডিব্ৰুগড় জিলাৰ সাংবাদিক সংগঠন আৰু ডিব্ৰুগড় আৰ্টিষ্ট সমাজে লগ হৈ ডিব্ৰুগড় জিলাৰ চাৱৌকিদিংঘি খেল-পথাৰত “গণতন্ত্ৰ ৰক্ষা কৰক” আদি ভিন্ন শ্লোগানেৰে নাগৰিকত্ব সংশোধনী বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

Click Here To Play