Breaking News
আজিৰ অসম

মাধুৰী ডিক্সিতৰ নৃত্য চলমান আৰু জেকুলিনৰ সৈতে

কালাৰ্চ চেনেলত মাধুৰী ডিক্সিতৰ নতুনকৈ সম্প্ৰচাৰন হবলগীয়া অনুষ্ঠান “ডান্স ডিৱানী”
এই অনুষ্ঠানত বলীউদ চুপাৰ ষ্টাৰ চলমান আৰু মোহময়ী অভিনেত্ৰী জেকুলিনে নৃত্য প্ৰদৰ্শন কৰে।
আহিবলগীয়া ৰেস-৩ ৰ প্ৰমোচনৰ বাবে এই সুন্দৰ ডান্স ডিৱানী অনুষ্ঠানলৈ আহে তাৰকা দুগৰাকী।
Click Here To Play