Breaking News
আজিৰ অসম

দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক

নাগৰিকত্ব সংশোধনী বিধেয়ক বিলক লৈ ইমান দিনে ভিন্ন দল-সংগঠনৰ প্ৰতিবাদ চলি আহিছে।তেনে সময়তে দিল্লীত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিংৰ সৈতে আলোচনা কৰি সৰ্বানন্দ সোণোৱালে এই বিলক লৈ অসমৰ ৰাইজ কোনো শংকিত হোৱাৰ প্ৰয়োজন নাই বৰঞ্চ অসমৰ ৰাইজৰ আস্থাক লৈহে চৰকাৰে কোনো সিদ্ধান্তলৈ আগবাঢ়িব বুলি সোণোৱালে মত প্ৰকাশ কৰে।ইয়াৰ উপৰিও এন আৰ চি ২য় খন খচৰাতক লৈও কোনো চিন্তাৰ কাৰণ তথা শংকিত হব নালাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মত প্ৰকাশ কৰে।

Click Here To Play