Breaking News
আজিৰ অসম

দুটা গড়ঁ চোৰাংচোৱাক গ্ৰেপ্তাৰ

গোলাঘাট আৰক্ষীয়ে ফৰকাটিং ৰেল ষ্টেচনৰ পৰা দুটা গড়ঁ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।গোপন তথ্যৰ পৰা জানিব পৰা মতে গোলাঘাট আৰক্ষী থানাৰ আৰক্ষী অধীক্ষ ধ্ৰুৱ বৰাৰ নেতৃত্বত চলোৱা সফল অভিযানত চোৰাংচোৱা দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Click Here To Play