Breaking News
আজিৰ অসম

পেট্ৰল-ডিজেলৰ দৰ বৃদ্ধিক লৈ বন্ধ যোৰহাট

ৰাষ্ট্ৰীয় যুৱ মৰ্চা আৰু আন দল-সংগঠন যেনে; এ জে ৱাই চি পি আৰু আছু সকলে লগলাগি যোৱা বুধবাৰে ১২ঘণ্টা ধৰি পদপথৰ লগতে সকলো গাড়ী বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।পুৱা ৫বজাৰ পৰা সন্ধিয়া ৫বজালৈ ৰৰৈয়া বিমানবন্দৰ বন্ধ কৰাৰ লগতে মাজুলী জিলা,অৰুণাচলকে ধৰি সকলো বোৰ সংযোগী পথ বন্ধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে যোৰহাটবাসীয়ে।

Click Here To Play