Breaking News
আজিৰ অসম

প্ৰবাল বৃষ্টিপাত হোৱাৰ সম্ভৱনা

দক্ষিণ-পশ্চিম দিশৰ পৰা মৌচুমী বতাহ প্ৰবেশ কৰিব উত্তৰ-পূৱত।অহা শুক্ৰবাৰে অতিপাত বৰষুণ হোৱাৰ সম্ভৱনা আছে সমগ্ৰ উত্তৰ-পূৱত।জানিব পৰামতে ইতিমধ্যে কেৰেলাত ৩-৪ দিনে প্ৰায় ৬০শতাংশ বৰষুণ হৈছে চহৰখনত।

Click Here To Play