Breaking News
আজিৰ অসম

হৰি-নামেৰে প্ৰতিবাদ সাব্যস্ত সংগ্ৰামী মঞ্চৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৱা বুধবাৰে অসম আনন্দোলন সংগ্ৰামী মঞ্চই ৰাাজভৱনৰ পৰা গনেশগুৰিৰ গনেশ উদ্যানলৈ প্ৰতিবাদ সাব্যস্ত কৰে।এই প্ৰতিবাদত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অংশ গ্ৰহন কৰে।

Click Here To Play