ড° এল পি দত্ত স্মাৰক ভাষন প্ৰদান

ড° এল পি দত্ত স্মাৰক ভাষন প্ৰদান

ডিব্ৰুগড়ৰ কানৈ কলেজৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শংকৰ দেৱ প্ৰেক্ষাগৃহত ড° এল পি দত্ত স্মাৰক ভাষন অনুস্থিত হৈ যায়।অনুষ্ঠান শুভাৰম্ভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিৰিক্ত পঞ্জিয়ক ড° বি চি বৰুৱাই।তেওঁ বৰ্তমান ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ উচ্চশিক্ষাৰ ওপৰত এক তত্বগধুৰ ভাষন প্ৰদান কৰে। আমন্তিত বক্তা সকলে সুন্দৰ ভাষনেৰে সকলোকে আপ্লুত কৰে। কানৈ মহাবিদ্যালয়ৰ অধক্ষ্য ড° শশী কান্ত শইকীয়া,ড° এল পি দত্তৰ পৰিয়ালৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে যথেষ্ট সংখ্যক গন্য মান্য ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰী উপস্হিত থাকে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com