হাজী তীৰ্থযাত্ৰীয়ে উৰা মাৰিব চৌদি আৰৱলৈ

হাজী তীৰ্থযাত্ৰীয়ে উৰা মাৰিব চৌদি আৰৱলৈ

প্ৰায় ৩৪০১জন তীৰ্থযাত্ৰীয়ে উত্তৰ-পূৱ ৰাজ্যৰ পৰা ১৪জুলাইত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা হজ যাত্ৰাৰ বাবে চৌদি আৰৱলৈ উৰা মাৰিব।৫০০জন মান তীৰ্থযাত্ৰীয়ে বৰাক ভেলীৰ পৰা গমন কৰিব।উত্তৰ-পূৱ হাজী সমন্বয় কমিটীৰ সভাপতি ৰঞ্জিত দত্তই যোৱা বুধবাৰে ৰাজ্যিক সচিৱালয়ত অনুষ্ঠিত হৈ যোৱা সভাত এই কথা সদৰী কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com