Begin typing your search above and press return to search.
আছু আৰু ২৮জনগোষ্ঠীৰ প্ৰতিবাদ অব্যাহত

নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত আছু আৰু ২৮জনগোষ্ঠীয় সংগঠনে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেয়া বৰ্তমানেও অব্যাহত হৈ আছে।যোৱা শুক্ৰবাৰৰ পৰা এই প্ৰতিবাদৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে আছুৰ লগতে ২৮জনগোষ্ঠীয় সকলৰ সৈতে বৈঠকত বহাৰ পিছত কোনো ধৰনৰ ধনাত্মক ফলাফল নোপোৱাত পুনৰ গতিশীল আৰু শক্তিশালী ৰূপত প্ৰতিবাদ অব্যাহত ৰাখে।
Next Story