Begin typing your search above and press return to search.
এজনক আটক

যোৱা দেওবাৰে ক্ষেত্ৰী আৰক্ষীয়ে (এ এস ২৩ বি চি ০০৩৩)নম্বৰৰ মালবাহী ট্ৰাক এখনৰ সৈতে টৰ্জা জব্দ কৰে। মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উজনিৰ তিনিচুকীয়ালৈ গৈ থকা ট্ৰাক খনৰ টৰ্জাৰ পৰিবহনৰ কোনো বৈধ কাগজ-পত্ৰ নাছিল।আৰক্ষীয়ে সোধ-পোছ কৰি গাড়ী ড্ৰাইভাৰ জনৰ সৈতে বন বিভাগৰ হাতত গোটাই দিয়ে।
Next Story