Begin typing your search above and press return to search.

কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ

কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2018 7:30 AM GMT

যোৱা বুধবাৰে বিশ্বনাথ জিলাৰ কংগ্ৰেছ কমিটীয়ে দাম বৃদ্ধিক লৈ এক শক্তিশালী প্ৰতিবাদ সাব্যস্ত কৰে।দাম বৃদ্ধি হোৱা বাবে সাধাৰন লোক সকলৰ ভিন্ন সমস্যা,খেতিয়কৰ আত্মহত্যা,নিবনুৱা সমস্যা,মহিলা আৰু শিশুৰ ওপৰত চলোৱা অত্যাচাৰ বৃদ্ধি পায় আহিছে,এনে ভিন্ন সমস্যা আগত লৈ ভিন্ন ঠাইৰ পৰা অহা কংগ্ৰেছ কমিটীৰ সদস্য সকলে প্ৰতিবাদ কৰে।

Next Story