Top
Begin typing your search above and press return to search.

কলাইগাঁৱত সম্বৰ্ধনা অনুষ্ঠান

কলাইগাঁৱত সম্বৰ্ধনা অনুষ্ঠান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2018 7:37 AM GMT

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বিজ্ঞান ২০০১, কেন্দুকলাই বেচৰকাৰী সংগঠন এটাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংছন আৰু ষ্টাৰ সহ নম্বৰ লাভ কৰা ৩৪গৰাকী মেধাৱী কৃতিসম্পন্ন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। কেন্দুকলাই ভৱনত যোৱা দেওবাৰে অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানটিত আৰ্থিক ভাৱে পিছপৰা দুজনকৈ ছাত্ৰ-ছাত্ৰী আৰ্থিক সাহাৰ্য্য প্ৰদানৰো ব্যৱস্থা কৰে।সেনা সকলৰ প্ৰধান অধিকাৰী ৰাহুল সিঙে বটাঁ সমূহ প্ৰদান কৰে লগতে "ভইচ ইণ্ডিয়া কিডচ" বিজয়ী মানসী চহৰীয়াকো সম্বৰ্ধনা জনোৱা হয়।

Next Story