Begin typing your search above and press return to search.

কাৰাগাৰত হোৱা অস্বাভাৱিক মৃত্যু বিষয়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

কাৰাগাৰত হোৱা অস্বাভাৱিক মৃত্যু বিষয়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jun 2018 7:56 AM GMT

গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাগাৰত অস্বাভাৱিকভাৱে মৃত্যু হোৱা কাৰাবন্দীৰ আত্মীয়লৈ ৩০ দিনৰ ভিতৰত ৩ লাখ টকা ক্ষতিপূৰণ দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। ৩ জুনত মূখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ অচিন্তমল্ল বুজৰবৰুৱাই এই নিৰ্দেশ প্ৰদান কৰে।

Next Story