Begin typing your search above and press return to search.

চীনত অক্ষয়ৰ ছবি 'টয়লেট হিৰ'ৰ জনপ্ৰিয়তা

চীনত অক্ষয়ৰ ছবি টয়লেট হিৰৰ জনপ্ৰিয়তা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jun 2018 12:36 PM GMT

অক্ষয়ৰ 'টয়লেট এক প্ৰেম কথা' ছবি খন 'টয়লেট হিৰ' নামেৰে মুক্তি পাইছে ছীনত ।

ছবি খন ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

চাৰি দিনতে ছবি খনে ৬৯.৯১কোটি লাভ কৰিবলৈ সক্ষম

Next Story