অক্ষয়ৰ 'টয়লেট এক প্ৰেম কথা' ছবি খন 'টয়লেট হিৰ' নামেৰে মুক্তি পাইছে ছীনত ।
ছবি খন ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
চাৰি দিনতে ছবি খনে ৬৯.৯১কোটি লাভ কৰিবলৈ সক্ষম