Begin typing your search above and press return to search.

দুই জালিয়াত গ্ৰেপ্তাৰ

দুই জালিয়াত গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2018 8:14 AM GMT

যোৱা দেওবাৰে নগৰ আৰক্ষীয়ে দুজনকৈ চাকৰিৰ প্ৰলোভন দি ধন লোট কৰা অপৰাধীক গ্ৰেপ্তাৰ কৰে।ৰেলেৱে চাকৰি দিম বুলি ধন লোট কৰা দুজনকৈ ব্যক্তি ক্ৰমে দিপজ্যোতি শইকীয়া আৰু সম্ৰাট ৰয় আৰক্ষীয়ে আটক কৰে।

Next Story
Jobs in Assam
Jobs in Rest of NE
Top Headlines
Assam News