Begin typing your search above and press return to search.

পূৰ্ৱ চিয়াং জিলাৰ মিৰেম গাওঁ ধোৱামুক্ত: প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত প্ৰতিটো পৰিয়ালে লাভ কৰিলে ৰন্ধন গেছৰ সংযোগ

পূৰ্ৱ চিয়াং জিলাৰ মিৰেম গাওঁ ধোৱামুক্ত: প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত প্ৰতিটো পৰিয়ালে লাভ কৰিলে ৰন্ধন গেছৰ সংযোগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jun 2018 9:26 AM GMT

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত পূৰ্ৱ চিয়াং জিলাৰ মিৰেম গাওঁত ১৪ জুনত ১২০ জন হিতাধিকাৰীয়ে নিশুল্ক ৰন্ধন গেছ লাভ কৰে। যাৰ পিছত পূৰ্ৱ চিয়াং জিলাখন প্ৰথম ধোৱামুক্ত গাঁও হিচাপে পৰিগণিত হয়। আইওচি ৰ অধিকাৰী চৈয়দ এম এম হুছেইন, পাচিঘাটত থকা সাংগো গেছ এজেন্সীৰ মালিক তথা পূৰ্ৱ মন্ত্ৰী তাংগোৰ তাপাকৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত জিলা উপায়ুক্ত তামিও তাতাকে এক ভব্য সমাৰোহত মিৰেম গাঁৱক ধোৱামুক্ত গাঁও হিচাপে ঘোষণা কৰে।

Next Story
Jobs in Assam
Jobs in Rest of NE
Top Headlines
Assam News