Begin typing your search above and press return to search.
শিক্ষক-শিক্ষয়ত্ৰীৰ বাবে ইউনিৰ্ফম

শিক্ষাৰ পৰিৱেশ উন্নত কৰিবলৈ সৃজনগ্ৰামৰ দুমৰীয়া পিকনাপাৰা এলপি স্কুলৰ শিক্ষা খণ্ডৰ শিক্ষক সকলৰ বাবে ইউনিৰ্ফৰ ব্যৱস্থা কৰা হৈছে।এই সন্দৰ্ভত এলপি স্কুল খনৰ প্ৰধান শিক্ষকে মত প্ৰকাশ কৰিছে যে শিক্ষক-শিক্ষয়ত্ৰী সকলৰ ইউনিৰ্ফম পৰিধান কৰি আহিলে সকলোৰে মাজত একতাৰ বান্ধোন সাঙোৰ খোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজতো এক ধনাত্মক প্ৰভাৱ পৰিব।
Next Story