Begin typing your search above and press return to search.

"সঞ্জু"ৰ পিছত দিয়া মিৰ্জাই চিত্ৰকৰ অমৃতা শ্ৰেৰ-গিলৰ বায়'পিকৰ ওপৰত ছবি কৰাৰ মন মেলিছে

সঞ্জুৰ পিছত দিয়া মিৰ্জাই চিত্ৰকৰ অমৃতা শ্ৰেৰ-গিলৰ বায়পিকৰ ওপৰত ছবি কৰাৰ মন মেলিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 July 2018 11:28 AM GMT

অভিনেত্ৰী তথা প্ৰযোজক দিয়া মিৰ্জাই "সঞ্জু"ৰ সফলতাৰ পিছত চিত্ৰকৰ অমৃতা শ্ৰেৰ-গিলৰ বায়'পিকৰ ওপৰত ছবি কৰাৰ কথা মত প্ৰকাশ কৰে।"শিশু সুৰক্ষা" শিবিৰ এটিত দিয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।

ইয়াৰ লগতে দিয়া গৌৰৱবোধ কৰে যে "সঞ্জু" ছবি খনত অভিনয় কৰিবলৈ ভাল সুযোগ এটি লাভ কৰিলে,আৰু ইমান বোৰ ভাল ভাল অভিনেতা-অভিনেত্ৰীৰ লগত কাম কৰিব পাই দিয়া অত্যন্ত সুখী বুলি মত প্ৰকাশ কৰে।

Next Story
Jobs in Assam
Jobs in Rest of NE
Top Headlines
Assam News