Begin typing your search above and press return to search.

সুচল হোৱাৰ দিশে ৰাজ্যৰ বানপানী

সুচল হোৱাৰ দিশে ৰাজ্যৰ বানপানী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jun 2018 8:31 AM GMT

ৰাজ্যৰ বানপানীৰ অৱস্থা লাহে লাহে সুচল হোৱাৰ দিশে আগৱাঢ়িছে।প্ৰথম পৰ্যায়ৰ বানপানীয়ে ৰাজ্যত ভয়াৱহতা সৃষ্টি কৰা ফলত যাতায়তৰ পৰা বানিজ্য লৈকে সকলো দিশত ৰাইজে জিয়াতু ভুগিৱ লগীয়া হয়।ৰাইজে আশ্ৰয় শিৱিৰৰ পৰা নিজা ঘৰলৈ যাৱলৈ আৰম্ভ কৰিছে।ৰাজ্যত ১৭জন লোকে প্ৰান হেৰুৱালগীয়া হয়।পশুধনৰো যথেষ্ঠ ক্ষয় ক্ষতি হয়।বৰষুন কমাৰ ফলত অৱস্থা ভাল হোৱা পৰিলক্ষিত হৈছে যদিও নগাওঁ,হোজাই,কাচাৰ,হাইলাকান্দি আদি জিলাত এতিয়াও পানী ভালদৰে কমা নাই।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানী কমা বুলি জানিব পৰা গৈছে।১০টা চিকিৎসকৰ দল স্বাস্থ্য বিভাগে বানপানী জৰ্জৰিত ঠাই সমূহলৈ প্ৰেৰন কৰিছে।

Next Story
Jobs in Assam
Jobs in Rest of NE
Top Headlines
Assam News