Begin typing your search above and press return to search.

১৬ বাৰ কথাবতৰাত মিলিত হোৱাৰ পিছতো কোনোধৰণৰ ফলপ্ৰসু সমাধান পোৱা নাই: এন ডি এফ বি(পি)

১৬ বাৰ কথাবতৰাত মিলিত হোৱাৰ পিছতো কোনোধৰণৰ ফলপ্ৰসু সমাধান পোৱা নাই: এন ডি এফ বি(পি)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jun 2018 8:52 AM GMT

অসমৰ ১৩ টা যুদ্ধবিৰতিত থকা উগ্ৰবাদী গোটৰ ভিতৰত কিছুমানে ভাবিবলৈ লৈছে যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ওচৰত শান্তি আলোচনাই গুৰুত্ব হেৰুৱাইছে আৰু তেওঁলোকৰ দ্বাৰা উত্থাপিত দাবী সমূহৰো গুৰুত্ব কমি গৈছে। এই গোটসমূহৰ ভিতৰত আটাইতকৈ পুৰণি এন ডি এফ বি(পি) ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে যুদ্ধবিৰতিত থকা এই গোট সমূহৰ লগত শান্তি আলোচনাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱ বুলি সন্দেহ প্ৰকাশ কৰিছে।

Next Story