আকৌ শিৰোনামা দখল কৰিছে হাৰিয়ানাৰ পাঞ্চকোলা চহৰ।এই চহৰত দেশ কপোৱা সয়ম্ভো ভগৱান গুৰমিত ৰাম ৰহিম গ্ৰেপ্তাৰ হৈছিল।২২ বছৰীয়া এগৰাকী বিবাহিত মহিলাক ৪০ জন লোকে উপৰ্যুপৰি ৪ দিন ধৰ্ষণ কৰা ঘটনা পোহৰলৈ আহিলত সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।পাঞ্চকোলাত অৱস্থিত পৰ্যটনস্থলি মৰ্নিৰ এটা আলহীগৃহত এই জঘন্য কাণ্ডটো সংঘটিত হয়।আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি ঘটনাটো সত্য বুলি প্ৰমানিত কৰিছে।
Begin typing your search above and press return to search.