Begin typing your search above and press return to search.

ৰনবীৰ কাপুৰৰ আটাইতকৈ বেছি ক্ৰয় কৰা ২য় খন ছবি "সঞ্জু"

ৰনবীৰ কাপুৰৰ আটাইতকৈ বেছি ক্ৰয় কৰা ২য় খন ছবি সঞ্জু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2018 11:53 AM GMT

মাত্ৰ তিনি দিনৰ ভিতৰত সঞ্জু ছবিয়ে ১২০.০৬কোটি টকা ক্ৰয় কৰিবলৈ সক্ষম হৈছে।এই খন ৰনবীৰৰ অতি কম সময়ত ২য় খন আটাইতকৈ ক্ৰয় কৰা ফিল্ম হিচাপে চিহ্নিত হৈছে।মাত্ৰ তিনি দিনতে।

ৰনবীৰৰ ছবি সমূহৰ বক্স অফিচ কালেক্টচনৰ এটি সৰু তথ্য ;

য়ে জৱানী হে দিৱানী- ১৯০কোটি

সঞ্জু - ১২০.০৬

এ দিল হে মুচকিল - ১১৪ কোটি

বৰফী - ১১৩কোটি

ৰাজনীতি - ৯৩কোটি

ৰকষ্টাৰ - ৭১ কোটি

তামাসা - ৭০কোটি

জাগ্গা জাচুছ - ৬৫কোটি

অজৱ প্ৰেম কি গজৱ কাহিনী - ৬৫কোটি

বেশৰম - ৬০কোটি

ৰয় - ৪৫কোটি

Next Story
Jobs in Assam
Jobs in Rest of NE
Top Headlines
Assam News