কাৰ্বি আংলং জিলাৰ ডকমকাত গুৱাহাটীৰ দুজন প্ৰতিভাৱান যুৱক ক্ৰমে নিলোৎপল দাস আৰু অভিজিৎ নাথক অতি নৃসংশভাৱে হত্যা কৰা কান্ডৰ সৈতে জড়িত দুষ্কৃতিকাৰীক অতি সোনকালে শাস্তি প্ৰদান কৰিবলৈ কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাই চৰকাৰক দাবী উত্থাপন কৰে।লগতে সংস্থাৰ সভাপতি ড° প্ৰহাস চন্দ্ৰ শৰ্মা আৰু সম্পাদক ড° ৰুমা তালুকদাৰে ২০১০ চনৰ ১৭ এপ্ৰিলত সংঘটিত হোৱা বিশ্ববিদ্যালয় খনৰ অধ্যাপিকা ড° বিভা দেৱীৰ হত্যা কান্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমিয়া হোৱাত আশ্বৰ্য প্ৰকাশ কৰে।সংস্থাই প্ৰয়াত অধ্যাপিকা গৰাকীৰ হত্যাকাৰীক ফাষ্টট্ৰেক আদালতৰ জড়িয়থে বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনায়।
কটনত ডকমকা কান্ডৰ দুষ্কৃতিকাৰীক শাস্তিৰ দাবীত প্ৰতিবাদ
July 5, 2018 12:21 pm
You may also like
Breaking News
23-year-old Unnao Rape Survivor set on fire by accused on the way to Court, Five Arrested
December 5, 2019
Lucknow: In a shocking incident, a 23-year-old rape victim woman from Uttar Pradesh’s Unnao district, who had filed a rape case against two men from her...
Breaking News
Anti depredation squads across 15 major Human Wildlife Conflict Districts launched by Assam Govt
December 5, 2019
Guwahati: Assam Government is launching anti depredation squads across 15 major human-wildlife conflict districts in order to mitigate the problem and to...
TOP NEWS STORIES
Featured Today
Four Islamic State (IS) suspects arrested
December 5, 2019
New study suggests Aspirin can treat migraines, recurrent attacks
December 5, 2019
New tests show no asbestos in baby powder: Johnson & Johnson
December 5, 2019
Pakistan asks UK to return Nawaz Sharif after treatment
December 5, 2019