চাহ উদ্যেগৰ কাৰণে পৃথক মন্ত্ৰালয়ৰ প্ৰক্ৰিয়া আৰম্ভ

চাহ উদ্যেগৰ কাৰণে পৃথক মন্ত্ৰালয়ৰ প্ৰক্ৰিয়া আৰম্ভ

চাহ উদ্যেগৰ কাৰণে পৃথক মন্ত্ৰালয়ৰ প্ৰক্ৰিয়া চলিছে। ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কোম্পানী ভিত্তিক চাহ উদ্যেগ সমূহে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰ খনত অৰিহণা যোগায় আহিছে,সেইবাবে এটা পৃথক মন্ত্ৰালয়ৰ প্ৰয়োজন ।এই কথা সদৰী কৰে বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com