পুখুৰীত পৰি যুৱকৰ সলিলসমাধি

পুখুৰীত পৰি যুৱকৰ সলিলসমাধি

বজালীৰ পাঠশালা মহাবিদ্যালয়ৰ পুখুৰীত এজন যুৱকে গা ধুৱলৈ গৈ পুখুৰীত পৰি মৃত্যু হয়।যুৱক জনৰ নাম ধৃতিমান পাটগিৰি।পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ছাত্ৰ আছিল ধৃতিমান।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com