ফেচনিস্তা চৌনম কাপুৰৰ বাৰ্থ দে'

ফেচনিস্তা চৌনম কাপুৰৰ বাৰ্থ দে'

৩৩সংখ্যক জন্মদিন চৌনম কাপুৰ আহুজাৰ জন্ম মুম্বাইত

চৌনমে প্ৰথমে 'চাৱাৰিয়া' ছবি খনৰ পৰাই বলীউদত খোজ পেলাবলৈ সক্ষম হয়।

বৰ্তমান "বীৰে দ্যি ৱেডিং" যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

চৌনমৰ নতুনকৈ আহিবলগীয়া ছবি 'সঞ্জু'

বলীউদ ডিভা গৰাকীৰ কিছুদিন পুৰ্বে ব্যৱসায়িক আনন্দ আহুজাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে।

হেপ্পী বাৰ্থ দে' চৌনম

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com