যোৱাকালি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বানপিড়ীত জিলা ধেমাজিয়ে এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয় ।যোৱা বছৰৰ তুলনাত এইবাৰৰ ফলাফলে জিলা খনলৈ বিশেষ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয় ।হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৬.০৪ শতাংশ আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৫০.৬২ শতাংশ পাবলৈ সক্ষম হয়।