মহিলা গ্ৰেপ্তাৰ

মহিলা গ্ৰেপ্তাৰ

যোৱা সোমবাৰে ভৰলুমুখ আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছ থকা ছয় খন মোনাৰ সৈতে ৰুকিয়া বেগম নামৰ মহিলা গৰাকীক গুৱাহাটীৰ ভূটনাথৰ পৰা গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে মহিলা গৰাকী হাজোৰ নিৱাসী।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com